আলফাৰ শিবিৰত হোৱা আক্ৰমণৰ সৈতে জড়িত নহয় অসম আৰক্ষীঃ মুখ্যমন্ত্ৰী

ম্যানমাৰৰ আলফাৰ শিবিৰত হোৱা আক্ৰমণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এই আক্ৰমণৰ সৈতে অসম আৰক্ষী কোনোপধ্যে জড়িত নহয় বুলি উল্লেখ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে।

author-image
Asomiya Pratidin
New Update
hbs

ডিজিটেল ডেস্কঃ ম্যানমাৰৰ আলফাৰ শিবিৰত হোৱা আক্ৰমণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এই আক্ৰমণৰ সৈতে অসম আৰক্ষী কোনোপধ্যে জড়িত নহয় বুলি উল্লেখ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে।

Advertisment

মুখ্য়মন্ত্ৰীয়ে লগতে সদৰি কৰে যে, 'অসমৰ মাটিৰ পৰা কোনোধৰণৰ ড্ৰোণ আক্ৰমণ চলোৱা হোৱা নাই। বিষয় সন্দৰ্ভত অধিক তথ্যৰ প্ৰয়োজন আছে। ভাৰতীয় সেনাইও এতিয়ালৈকে কোনো তথ্য সদৰি কৰা নাই'' বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

 

ড হিমন্ত বিশ্ব শৰ্মা