New Update
/asomiyapratidin/media/media_files/2024/11/22/vkIdxHKgJRLal7DvldWy.jpg)
- নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত ছত্তিশগড়ত নিহত ১০ মাওবাদী।
- শুকুৰবাৰে দিনৰ ১১-০০ বজাত চুকমা জিলাত সংঘটিত হৈছে এই ঘটনা।
- অৱশ্যে এই সংঘৰ্ষত নিৰাপত্তা বাহিনীৰ জোৱানৰ কোনো ক্ষয় ক্ষতি হোৱা নাই।
- এই ঘটনাৰ পাছতে ঘটনাস্থলীৰ পৰা নিৰাপত্তা বাহিনীয়ে উদ্ধাৰ কৰে বহু অস্ত্ৰ- শস্ত্ৰ।
- সম্প্ৰতি ঘটনাস্থলীত নিৰাপত্তা বাহিনীৰ তদন্ত অৱ্যাহত আছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us