ছয়গাঁৱত নৃশংস হত্যাকাণ্ড, আন্ধাৰৰ সুযোগ লৈ হানি-খুচি হত্যা এজন যুৱকক

দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ মাজগুমীত নৃশংস হত্যাকাণ্ড, আন্ধাৰৰ সুযোগ লৈ হানি-খুচি হত্যা এজন যুৱকক।

author-image
Asomiya Pratidin
New Update
image (11)
  • দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ মাজগুমীত নৃশংস হত্যাকাণ্ড
  • আন্ধাৰৰ সুযোগ লৈ হানি-খুচি হত্যা এজন যুৱকক
  • নিহত যুৱকজনৰ নাম ছমেজ আলী
  • ঘৰত কোনো নথকাৰ সুযোগত হত্যা যুৱকজনক
  • হত্যাকাণ্ডৰ কাৰণ এই পৰ্যন্ত জনা হোৱা নাই
  • ঘটনাস্থলীত ছয়গাঁও আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ
  • সোধা-পোছাৰ বাবে কেইবাজনো লোকক আটক আৰক্ষীৰ
ছয়গাঁও