চৰাইদেউৰ নৱম শ্ৰেণীৰ ছাত্ৰ সন্ধানহীন...

চৰাইদেউ লাকুৱাৰ গাৰিয়াপথাৰৰ পৰা নিৰুদ্দেশ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰ। বৃহস্পতিবাৰে সন্ধিয়াৰে পৰা নিৰুদ্দেশ হৈ আছে প্ৰিয়াংশু বৰুৱা নামৰ ছাত্ৰজন।

author-image
Tushar Pratim
New Update
চৰাইদেউৰ নৱম শ্ৰেণীৰ ছাত্ৰ সন্ধানহীন...

ডিজিটেল ডেস্কঃ চৰাইদেউ লাকুৱাৰ গাৰিয়াপথাৰৰ পৰা নিৰুদ্দেশ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰ। বৃহস্পতিবাৰে সন্ধিয়াৰে পৰা নিৰুদ্দেশ হৈ আছে প্ৰিয়াংশু বৰুৱা নামৰ ছাত্ৰজন।  

Advertisment

পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে বৃহস্পতিবাৰে সন্ধিয়া ঘৰৰ পৰা চাইকেল লৈ ওলাই যোৱাৰে পৰা নিৰুদ্দেশ হৈ আছে ছাত্ৰজন৷ এই সন্দৰ্ভত পৰিয়ালবৰ্গই স্থানীয় আৰক্ষীক এজাহাৰ দাখিল কৰিছে৷

কোনো সদাশয় ব্যক্তিয়ে ছাত্ৰজনৰ সম্ভেদ পালে 9864913626 নম্বৰত অথবা 9101992701 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে৷ 

চৰাইদেউ সন্ধানহীন