/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/dd4561a4-48aa-4a75-9818-187fe6d50fd5/charaideu.jpg)
Charaideu
ডিজিটেল সংবাদ, চৰাইদেউঃ চলা গ্ৰাম্য অভয়াৰণ্য সংৰক্ষণ সমিতিৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন ৷ স্থানীয় ৰাইজ আৰু ছাত্ৰ ছাত্ৰীৰ সহযোগত এক সজাগতা সৃষ্টিৰে উদযাপন কৰে অভয়াৰণ্য সংৰক্ষণ সমিতিৰ প্ৰতিষ্ঠা দিৱস।
সেয়ে স্থানীয় চলা বনগাঁও,কলাখাটি আৰু কৃষিপাম গাঁৱৰ ৰাইজৰ সহযোগত আয়োজন কৰা এক সজাগতা সভা অনুষ্ঠিত কৰে ৷ সভাত ছাত্ৰ-ছত্ৰীকে ধৰি স্থানীয় প্ৰকৃতিপ্ৰেমী ৰাইজে অংশগ্ৰহণ কৰে ৷