/asomiyapratidin/media/media_files/2025/08/25/xcxxcxc-2025-08-25-16-52-55.jpg)
ডিজিটেল সংবাদ, চাপৰঃ চাপৰৰ নলডোবাত বন বিভাগে চলালে আকস্মিক অভিযান। এই অভিযানত জব্দ হল অবৈধভাৱে চলাই থকা এটা ভ্ৰাম্যমাণ কাঠফলা মিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/25/capturedsdsddd-2025-08-25-16-52-17.jpg)
উল্লেখযোগ্য যে, এক গোপন খবৰৰ ভিত্তিত বহলপুৰ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ ৰৌমাৰী দ্বিতীয় খণ্ডৰ নলডোবা গাঁৱত চলিছিল এই অভিযান। উক্ত অভিযানত বন বিভাগে ভ্ৰাম্যমাণ কাঠফলা মিলটো জব্দ কৰি বহলপুৰ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত লৈ আহে। '
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/25/capturehguyg-2025-08-25-16-52-42.jpg)
জব্দকৃত কাঠফলা মিলটোৰ বজাৰ মূল্য লক্ষাধিক টকা হ'ব বুলি জানিবলৈ দিয়ে বন বিভাগে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us