চাংসাৰিত ভংয়কৰ পথ দুৰ্ঘটনা, চালকৰ সৈতে জ্বলি উঠিল বাহন...

সোমবাৰে নিশা চাংসাৰিত ভয়ংকৰ পথ দুৰ্ঘটনা।

author-image
Asomiya Pratidin
New Update
বোকাখাতত ভয়ংকৰ পথ দুৰ্ঘটনা : থিতাতে নিহত এজন

road accident road accident

সোমবাৰে নিশা চাংসাৰিত ভয়ংকৰ পথ দুৰ্ঘটনা।

Advertisment

ৰৈ থকা এখন ট্রাকত খুন্দা এখন কণ্টেইনাৰৰ।

দুৰ্ঘটনাৰ পিছতে জ্বলি উঠে কণ্টেইনাৰখন।

দুৰ্ঘটনাত থিতাতে মৃত্যু কণ্টেইনাৰ কঢ়িওৱা বাহনৰ চালকৰ।

৩১ নং ৰাষ্ট্রীয় ঘাইপথত সংঘটিত এই ঘটনা।

দুৰ্ঘটনা সংঘটিত কৰি ট্রাকখনৰ চালকৰ পলায়ন।

assam dead road accident