৪৩৭৫ কিঃমিঃ উচ্চতাৰ পৰা তোলা লুনাৰ পৃষ্ঠৰ ফটো পৃথিৱীলৈ প্ৰেৰণ চন্দ্ৰযান-২ৰ…

৪৩৭৫ কিঃমিঃ উচ্চতাৰ পৰা তোলা লুনাৰ পৃষ্ঠৰ ফটো পৃথিৱীলৈ প্ৰেৰণ চন্দ্ৰযান-২ৰ…

author-image
asomiyapratidin
New Update
৪৩৭৫ কিঃমিঃ উচ্চতাৰ পৰা তোলা লুনাৰ পৃষ্ঠৰ ফটো পৃথিৱীলৈ প্ৰেৰণ  চন্দ্ৰযান-২ৰ…

  • চন্দ্ৰযান-২য়ে পঠিয়ালে চন্দ্ৰৰ লুনাৰ পৃষ্ঠৰ ফটো।
  • চন্দ্ৰযান-২ৰ টেৰেইন মেপিং কেমেৰা-২ তোলে এই ফটো কেইখন।
  • উল্লেখ্য যে, ২৩ আগষ্টত ৪৩৭৫ কিঃমিঃ উচ্চতাৰ পৰা তোলা হয় এই বিৰল ফটো।
Advertisment
  • ফটোত দেখিবলৈ পোৱা ক্ৰেটাৰ কেইটা ক্ৰমে- জেকছন, মেক, ক'ৰ'লেভ আৰু মিত্ৰা।
  • মিত্ৰাৰ নাম অধ্যাপক শীশীৰ কুমাৰ মিত্ৰাৰ নামত নামাকৰণ কৰা হৈছে।