আন এটা সুখবৰঃ সুকলমে আছে লেণ্ডাৰ বিক্ৰম…

আন এটা সুখবৰঃ সুকলমে আছে লেণ্ডাৰ বিক্ৰম…

author-image
asomiyapratidin
New Update
আন এটা সুখবৰঃ সুকলমে আছে লেণ্ডাৰ বিক্ৰম…

  • সোমবাৰৰ দিনটোত ইছৰ'ৰ পৰা আহিছে আন এটা ভাল খবৰ।
  • সুকলমে আছে লেণ্ডাৰ বিক্ৰম।
  • কোনো ধৰণৰ হানি হোৱা নাই লেণ্ডাৰৰ।
  • ইছৰৰ কৰ্তৃপক্ষই সদৰি কৰিলে এই তথ্য।
  • আৰ্বিটাৰে প্ৰেৰণ কৰা ফটোত দেখা পোৱা গৈছে বিক্ৰমৰ ফটো।
  • পূৰ্বতে ধাৰণা কৰা হৈছিল যে, বিক্ৰমৰ কিছু অংশ ভাঙি গৈছে।
  • কিন্তু আৰ্বিটাৰে প্ৰেৰণ কৰা ফটোত তেনে কোনো দৃশ্য প্ৰত্যক্ষ কৰা নাই ইছৰোয়ে।
  • লেণ্ডাৰৰ সৈতে সংযোগ স্থাপন কৰাত ইছৰ'ৰ টীমে টেলিমেট্ৰিক ট্ৰেকিং আৰু কামাণ্ড নেটৰ্ৱকৰ জৰিয়তে চলাই আছে চেষ্টা।
  • বিক্ৰমৰ সৈতে সংযোগ স্থাপন হলেই সক্ৰিয় হৈ উঠিব ৰভাৰ প্ৰজ্ঞানো।