/asomiyapratidin/media/media_files/2025/12/17/image-11-2025-12-17-09-49-50.png)
ডিজিটেল ডেস্কঃ চন্দ্ৰপুৰত বনৰীয়া হাতীৰ মুক্ত বিচৰণ। এই বনৰীয়া হাতীৰ মুক্ত বিচৰণত সংকিত স্থানীয় ৰাইজ।
আমচাং অভয়াৰণ্যৰ পৰা অহা হাতীৰ জাকৰ অৱস্থান। ইপিনে ঠাকুৰকুচিত খামৰেঙা বিলৰ পাৰত হাতীৰ অৱস্থানত আতংকিত ৰাইজ ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/17/screenshot-7980-2025-12-17-09-50-07.png)
উল্লেখ্য যে- ৰে’ল পথ আৰু জনবসতি পূৰ্ণ এলেকাত হাতীৰ বিচৰণ। ইপিনে বন বিভাগক হাতী বনাঞ্চললৈ খেদি পঠিওৱাৰ দাবী স্থানীয় ৰাইজৰ। কিছুদিন পূৰ্বে হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছিল এজন যুৱকে। চন্দ্ৰপুৰ, পানবাৰী, ঠাকুৰকুচিত হাতীৰ বিচৰণত সংকিত স্থানীয় ৰাইজ ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/17/screenshot-7980-2025-12-17-09-50-19.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us