মুখ্য-পৃষ্ঠা ৰাষ্ট্ৰীয় মাজত মাত্ৰ কেইটামান ছেকেণ্ড, চন্দ্ৰপৃষ্ঠৰ নিচেই কাষত বিক্ৰম… মাজত মাত্ৰ কেইটামান ছেকেণ্ড, চন্দ্ৰপৃষ্ঠৰ নিচেই কাষত বিক্ৰম… asomiyapratidin 07 Sep 2019 01:41 IST Follow UsNew Updateচন্দ্ৰপৃষ্ঠৰ নিচেই কাষত লেণ্ডাৰ বিক্ৰম।মাত্ৰ কেইমিনিটমানৰ পিছতে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব বিক্ৰমে।চন্দ্ৰপৃষ্ঠৰ পৰা মাত্ৰ ৩০ কিলোমিটাৰ আতৰত আছে লেণ্ডাৰ বিক্ৰম।ইছৰ'ৰ কাৰ্যালয়ত গুঞ্জৰিত হৈছে হাত চাপৰি।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক