হঠাতে বন্ধ হ’ল বিক্ৰমৰ লেণ্ডিং গ্ৰাফ…

হঠাতে বন্ধ হ’ল বিক্ৰমৰ লেণ্ডিং গ্ৰাফ…

author-image
asomiyapratidin
New Update
মাজত মাত্ৰ কেইটামান ছেকেণ্ড, চন্দ্ৰপৃষ্ঠৰ নিচেই কাষত বিক্ৰম…

  • ইছৰ'ৰ কাৰ্যালয়ত নিমাওমাও পৰিৱেশ।
  • হঠাতে বন্ধ হৈছে বিক্ৰমৰ লেণ্ডিং গ্ৰাফ।
  • ইছৰ'ৰ অধ্যক্ষ কে শিৱনে প্ৰধানমন্ত্ৰীক দিছে কিছু বাৰ্তা।
  • ইয়াৰ পিছতে নিজা কক্ষৰ পৰা নামি আহিছে প্ৰধানমন্ত্ৰী মোডী।
  • যিকোনো সময়তে কৰিব পাৰে কোনো ঘোষণা।
  • লেণ্ডিং প্ৰক্ৰিয়াৰ প্ৰায় ২৪ মিনিটৰ পাছত বন্ধ হৈছে বিক্ৰমৰ গ্ৰাফ।