New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/09/mission-chandrajan-live.jpg)
ডিজিটেল ডেস্কঃ কাউন্ট ডাউন অন্ত পৰাৰ দিশে। সমগ্ৰ বিশ্ববাসী সাজু চন্দ্ৰযান-২ৰ বিৰল অভিযানৰ সাক্ষী হবলৈ। সাজু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। দেশৰ প্ৰায় ৭৪ গৰাকী কৃতী শিক্ষাৰ্তীৰ লগতে ৩ হাজাৰ সাংবাদিকে ইছৰ'ৰ মুখ্য কাৰ্যালয়ৰ পৰা উপভোগ কৰিব চন্দ্ৰযান-২ৰ অৱতৰণৰ ঐতিহাসিক মুহুৰ্ত। চাওঁক বাংগালুৰুৰ ইছৰ'ৰ মুখ্য কাৰ্যালয়ৰ পৰা লাইভ-
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us