/asomiyapratidin/media/media_files/2025/01/09/qlXLulPAJV7p4YRa3CMC.jpg)
ডিজিটেলডেস্কঃঅন্ধ্ৰপ্ৰদেশৰমুখ্যমন্ত্ৰীএনচন্দ্ৰবাবুনাইডুৱেপ্ৰধানমন্ত্ৰীনৰেন্দ্ৰমোডীকভূয়সীপ্ৰশংসাকৰিবিশ্বজনীননেতাবুলিঅভিহিতকৰে।নাইডুৱেবিখাশাপট্টানামতঅনুষ্ঠিতএখনৰাজহুৱাসভাতপ্ৰধানমন্ত্ৰীগৰাকীৰপ্ৰশংসাকৰেয’তপ্ৰধানমন্ত্ৰীয়ে২লাখকোটিটকাৰউন্নয়নমূলকপ্ৰকল্পআৰম্ভকৰে।লগতেমুখ্যমন্ত্ৰীগৰাকীয়েউল্লেখকৰেযেতেওঁসদায়প্ৰধানমন্ত্ৰীমোডীৰপৰাপ্ৰেৰণালয়।
মুখ্যমন্ত্ৰীএনচন্দ্ৰবাবুনাইডুৱেপিছতউল্লেখকৰেযেমোডীৰযাদুৰবাবেইহাৰিয়ানাআৰুমহাৰাষ্ট্ৰতএনডিএবিজয়ীহ’বলৈসক্ষমহৈছিল।তেওঁএকেমুখেস্বীকাৰকৰেযেপ্ৰধানমন্ত্ৰীনৰেন্দ্ৰমোডীএতিয়াভাৰতৰেনেতানহয়তেওঁএতিয়াবিশ্বকনেতৃত্বদিয়াএজনশক্তিশালীনেতা।
বিজেপিৰেমিত্ৰতাকৰিঅন্ধ্ৰপ্ৰদেশতচৰকাৰগঠনকৰাতেলেগুদেশমপাৰ্টিৰনেতাতথামুখ্যমন্ত্ৰীচন্দ্ৰবাবুনাইডুৱেস্পষ্টকৰেযেআগন্তুকদিনতোতেওঁলোকৰএইমিত্ৰতাবৰ্তিথাকিব।