/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-09/3jyeh0tx/bdfbfbf.png)
চানমাৰী খাদী ব’ৰ্ডৰ চৌহদত অঘটন।
খাদী ব’ৰ্ডৰ চৌহদৰ ভিতৰত থকা ল’জৰ পৰা পৰি মৃত্যু এজন যুৱকৰ।
যুৱকজনক নাম বিকাশ অধিকাৰী বুলি জানিব পৰা গৈছে।
নিশা প্ৰায় ১২-৩০ বজাত সংঘটিত হৈছে এই অঘটন।
দুই বন্ধুৰ সৈতে পাৰ্টি কৰিছিল বিকাশে।
পল্টন বজাৰৰ এখন হোটেলত চিকিউৰিটি হিচাপে আছিল বিকাশ।
নিশা তিনি বন্ধুয়ে একেলগে পাৰ্টি কৰিছিল লজখনত।
হত্যা নে আত্মহত্য নে দুৰ্ঘটনা সেয়া এতিয়াও পোহৰলৈ অহা নাই
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।