/asomiyapratidin/media/media_files/2025/12/23/new-ap-web-1-34-2025-12-23-08-45-40.jpg)
ডিডিটেল ডেস্কঃ মহানগৰীৰ চানমাৰিত ভয়ংকৰ ঘটনা। ৰে'লৱেৰ হাইভল্টেজ তাঁৰত লাগি মৃত্যু এজন লোকৰ।এখন ৰৈ থকা তেলৰ টেংকাৰৰ ওপৰেৰে পাৰ হ'বলৈ চেষ্টা কৰিছিল লোকজনে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/23/1-2-2025-12-23-08-45-54.jpg)
উল্লেখ্য যে, ঘটনাস্থলীতে জ্বলি ছাই হৈ যায় লোকজন। কথমপি ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰে অঞ্চলটো। ইপিনে লোকজনৰ পৰিচয় এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই। নিশাই ঘটনাস্থলীত উপস্থিত ৰে’ল আৰক্ষী আৰু চানমাৰি আৰক্ষী।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/23/2-1-2025-12-23-08-46-24.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us