New Update
/asomiyapratidin/media/media_files/2026/03/06/3-2026-03-06-19-43-13.jpg)
- ৰাজ্যত সলনি হ’ব পাৰে বতৰৰ পৰিস্থিতি
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিলে বৰষুণৰ আগজাননী
- আগন্তুক ৫ দিনলৈ অসম,মেঘালয় আৰু অৰুণাচলত বৰষুণৰ সম্ভাৱনা
- ৮,৯,১০ মার্চত কিছু ঠাইত বিজুলী,ঢেকেনি হোৱাৰো সম্ভাৱনা
- বিশেষকৈ ৮খন জিলাৰ বাবে জাৰি কৰিছে ইয়েল’এলাৰ্ট
- জনসাধাৰণক বতৰ বিভাগৰ সতৰ্কতা মানি চলিবলৈ আৰু যিকোনো জৰুৰী অৱস্থাত সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us