/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/af3a61f9-4a25-4d28-93bc-d339dfe183f5/aimu.jpg)
ei muhurtar khabar
-
গুৱাহাটীত CBIৰ অভিযান।
-
উৎকোচ দাবী কৰা অভিযোগত IRS বিষয়াসহ এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
-
CGSTৰ অতিৰিক্ত আয়ুক্ত এম এছ ৰাওক গ্ৰেপ্তাৰ কৰা হৈছে।
-
গ্ৰেপ্তাৰ কৰিছে এটা মধ্যভোগী দালালকো।
-
IRS বিষয়াজনে ৰে'লৱেৰ ঠিকাৰ বিল আদায়ৰ নামত বিচাৰিছিল ধন।
-
দালালৰ জৰিয়তে বিচাৰিছিল ৩ লাখ ৮৩ হাজাৰ টকা।
-
প্ৰস্তুত কৰা হৈছিল ৪৮ লাখ ৪৩ হাজাৰ টকাৰ ডিমাণ্ড ড্রাফট।
-
ডিব্ৰুগড়ৰ অতিৰিক্ত আয়ুক্তৰ জৰিয়তে তৈয়াৰ কৰা হৈছিল এই বিল।