আজি অনুষ্ঠিত হ'ব কেন্দ্রীয় কেবিনেট বৈঠক

আজি অনুষ্ঠিত হ'ব কেন্দ্রীয় কেবিনেট বৈঠক। প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত হ'ব এই বৈঠক।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-02-24 at 9.05.49 AM
  • আজি অনুষ্ঠিত হ'ব কেন্দ্রীয় কেবিনেট বৈঠক
  • প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত হ'ব এই বৈঠক
  • দিনৰ ১১ বজাৰ পৰা আৰম্ভ হ'ব বৈঠক 
  • বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দর্ভত হ'ব আলোচনা
  • প্ৰধানমন্ত্ৰীৰ নতুন কার্যালয় সেৱা তীৰ্থত হ'ব এই প্ৰথমখন বৈঠক

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী