প্ৰথমবাৰৰ বাবে ছেমিষ্টাৰ পদ্ধতিত অনুষ্ঠিত দ্বাদশ শ্ৰেণীৰ পৰীক্ষা..

প্ৰথমবাৰৰ বাবে ছেমিষ্টাৰ পদ্ধতিত অনুষ্ঠিত দ্বাদশ শ্ৰেণীৰ পৰীক্ষা..

author-image
asomiyapratidin
New Update
প্ৰথমবাৰৰ বাবে ছেমিষ্টাৰ পদ্ধতিত অনুষ্ঠিত দ্বাদশ শ্ৰেণীৰ পৰীক্ষা..

ডিজিটেল ডেস্কঃ সোমবাৰৰ পৰা অনুষ্ঠিত হৈছে চি বি এছ ইৰ দ্বাদশ শ্ৰেণীৰ ছেমিষ্টাৰ-১ ব'ৰ্ড পৰীক্ষা। পোন প্ৰথমবাৰৰ বাবে চি বি এছ ইয়ে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা ছেমিষ্টাৰ পদ্ধতিত অনুষ্ঠিত কৰিছে। এই পৰীক্ষাত পৰীক্ষাৰ্থীসকলে কেৱল মাত্ৰ অ' এম আৰ শ্বীটত উত্তৰ কৰিব লাগিব।

উল্লেখ্য যে শিক্ষাৰ্থীসকলে চি বি এছ ইৰ অফিচিয়েল ৱেবছাইট cbse.gov.in দৰ্শন কৰি পৰীক্ষাৰ সম্পূৰ্ণ তাৰিখ পত্ৰিকা চাব পাৰে। আনহাতে দশম শ্ৰেণীৰ ব'ৰ্ডৰ পৰীক্ষা মঙ্গলবাৰৰ পৰা আৰম্ভ হ'ব।