/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/AP-FOR-WEB-kejriwal.jpg)
পুনৰ গ্ৰেপ্তাৰ হ'ল দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল।
চিবিআইয়ে গ্ৰেপ্তাৰ কৰে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক।
দিল্লীৰ সুৰা নীতি কেলেংকাৰীত গ্রেপ্তাৰ কৰা হৈছে কেজৰিৱালক।
তিহাৰ জেলত সোধা-পোছাৰ পিছত গ্রেপ্তাৰ কৰে দিল্লীৰ মুখ্যমন্ত্রীগৰাকীক।
বুধবাৰে CBIৰ আদালতত হাজিৰ কৰোৱা হ’ব কেজৰিৱালক।
বুধবাৰে অৰবিন্দ কেজৰিৱালৰ জামিনৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে ৰায় দিয়া কথা আছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us