সাৱধান ! এতিয়াৰে পৰা যধে- মধে খুলিব নোৱাৰিব ইউটিউব চেনেল

এতিয়াৰে পৰা ইউটিউব চেনেল খোলোতে অৱলম্বন কৰিব লাগিব সাৱধানতা । যধে- মধে খুলিব নোৱাৰিব ইউটিউব চেনেল। সামাজিক মাধ্যমৰ অপব্যৱহাৰৰ ক্ষেত্ৰত কঠোৰ হৈছে

author-image
Asomiya Pratidin
New Update
AP FOR WEB y

ডিজিটেল ডেস্ক :এতিয়াৰে পৰা ইউটিউব চেনেল খোলোতে অৱলম্বন কৰিব লাগিব সাৱধানতা । যধে- মধে খুলিব নোৱাৰিব ইউটিউব চেনেল। সামাজিক মাধ্যমৰ অপব্যৱহাৰৰ ক্ষেত্ৰত কঠোৰ হৈছে অষ্ট্ৰেলিয়া চৰকাৰ।

Advertisment

অতি শেহতীয়াকৈ অষ্ট্ৰেলিয়া চৰকাৰৰ সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী অনিকা ৱেলছে সদৰী কৰে যে, এতিয়াৰে পৰা দেশখনৰ ১৬ বছৰৰ তলৰ বসয়ৰ কিশোৰ- কিশোৰীয়ে খুলিব নোৱাৰিব ইউটিউব একাউণ্ট। অৱশ্যে তেওঁলোকে ইউটিউব ব্যৱহাৰ কৰিব পাৰিব।

এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, ১৬ বছৰৰ তলৰ কিশোৰ- কিশোৰীক সামাজিক মাধ্যমৰ বিৰূপ প্ৰভাৱৰ পৰা মুক্ত কৰি ৰখাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে। ইয়াৰ পূৰ্বেও সামাজিক মাধ্যমৰ বিৰূপ প্ৰভাৱৰ পৰা দেশখনৰ কিশোৰ- কিশোৰীক মুক্ত কৰি ৰখাৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰিছিল অষ্ট্ৰেলিয়া চৰকাৰে।

অষ্ট্ৰেলিয়া সামাজিক মাধ্যমৰ প্ৰভাৱ সামাজিক মাধ্যম