/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/06599962-91f3-46b6-b17b-0194d6b3315d/man_28.jpg)
ঈদৰ প্ৰাকক্ষণত নদীপথেৰে বাংলাদেশলৈ গৰু সৰবৰাহ ! এজনক গ্ৰেপ্তাৰ...
-
মানকাচৰত অব্যাহত আছে গৰুৰ চোৰাং কাৰবাৰ।
-
বি এছ এফৰ জালত চোৰাং গৰুসহ সৰবৰাহকাৰী।
-
ভাৰত-বাংলাদেশ সীমান্তৰ পৰা বি এছ এফে আটক কৰে গৰু সৰবৰাহকাৰীটোক।
-
বি এছ এফে জব্দ কৰিছে দুটাকৈ চোৰাং গৰু।
-
বৰাইৰ আলগা বি এছ এফ নদী সীমান্তৰ পৰা কৰায়ত্ব কৰে সৰবৰাহকাৰীটোক।
-
সৰবৰাহকাৰীটোৰ নাম জয়নাল আবেদিন।
Also Read: কানাডিয়ান ছলাৰ এপছে মাজুলীত লুটিলে প্ৰায় ১০ কোটিঃ দোষীক শাস্তিৰ দাবী সৰ্বস্বান্ত লোকৰ...