/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/52131152-0678-41f0-9c96-e7183496ace6/1.jpg)
ডিজিটেল সংবাদ,শিলচৰ: কাছাৰৰ ভাৰত-বাংলাদেশ সীমান্তত চোৰাং ম'হৰ বিৰুদ্ধে অভিযান চলাই বিএছএফে। অভিযানত ৪টা চোৰাং ম'হ জব্দ কৰে। বিএছ এফৰ ১৭০ নম্বৰ বেটেলিয়নে কাটিগৰা সীমান্তৰ পৰা ম'হ কেইটা জব্দ কৰে। জানিব পৰা মতে,বাংলাদেশলৈ সৰবৰাহৰ বাবে অনা হৈছিল ম'হ কেইটা। পৰৱৰ্তী সময়ত ম'হ কেইটা স্থানীয় আৰক্ষীক গতাই দিয়ে বিএছএফে।