শিলচৰত আগৰ কাঠভৰ্তি বাহন দুৰ্ঘটনাগ্ৰস্ত...

শিলচৰত আগৰ কাঠভৰ্তি বাহন দুৰ্ঘটনাগ্ৰস্ত...
  • শিলচৰত দুৰ্ঘটনাগ্ৰস্ত আগৰ ভৰ্তি বাহন

  • ৱেগন-আৰ বাহনত কঢ়িয়াই নিয়া হৈছিল আগৰ কাঠখিনি

  • দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত দুগৰাকীকৈ যুৱক

  • শিলচৰ আৰক্ষীয়ে জব্দ কৰে আগৰ খিনি

  • কিন্তু ৰহস্যজনক ভাৱে আৰক্ষী থানাৰ পৰা নিৰুদ্দেশ জব্দ হোৱা আগৰ কাঠ

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in