/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/f7430a36-5312-45cc-b088-280563d1186e/AP_FOR_WEB_congress_.jpg)
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ অসমৰ ১৪টা সমষ্টিৰ বাবে কংগ্ৰেছ তথা বিৰোধী ঐক্যৰ কংগ্ৰেছৰ সাম্ভাৱ্য প্ৰাৰ্থীৰ নাম-
নগাঁৱত কংগ্ৰেছৰ প্ৰাৰ্থী বৰ্তমানৰ সাংসদ প্ৰদ্যুত বৰদলৈ
ধুবুৰীত কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুচেইন
কাজিৰঙাত গৌৰৱ গগৈ অথবা ৰজলীনা তিৰ্কী
ডিব্ৰুগড়ত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ হ’ব প্ৰাৰ্থী।
লখিমপুৰত কংগ্ৰেছৰ প্ৰাৰ্থী ৰাণী নৰহ।
শোণিতপুৰত প্ৰাৰ্থী হ’ব প্ৰেমলাল গাঞ্জু।
বৰপেটা আসনখন বিৰোধীয়ে এৰি দিব চি পি আই এমক।
গুৱাহাটী কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ অথবা আপৰ সভাপতি ডাঃ ভৱেন চৌধুৰী।
শিলচৰত তৃণমূল কংগ্ৰেছে প্ৰদান কৰিব প্ৰাৰ্থী।যোৰহাটত কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব গৌৰৱ গগৈ।
ডিফুত বিৰোধীৰ প্ৰাৰ্থী হ'ব জয়ৰাম ইংলেং।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us