অসমৰ ১৪সমষ্টিত 'ইণ্ডিয়া'ৰ প্ৰাৰ্থী...

অসমৰ ১৪সমষ্টিত 'ইণ্ডিয়া'ৰ প্ৰাৰ্থী...

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ অসমৰ ১৪টা সমষ্টিৰ বাবে কংগ্ৰেছ তথা বিৰোধী ঐক্যৰ কংগ্ৰেছৰ সাম্ভাৱ্য প্ৰাৰ্থীৰ নাম-

  • নগাঁৱত কংগ্ৰেছৰ প্ৰাৰ্থী বৰ্তমানৰ সাংসদ প্ৰদ্যুত বৰদলৈ

  • ধুবুৰীত কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুচেইন

  • কাজিৰঙাত গৌৰৱ গগৈ অথবা ৰজলীনা তিৰ্কী

  • ডিব্ৰুগড়ত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ হ’ব প্ৰাৰ্থী।

  • লখিমপুৰত কংগ্ৰেছৰ প্ৰাৰ্থী ৰাণী নৰহ।

  • শোণিতপুৰত প্ৰাৰ্থী হ’ব প্ৰেমলাল গাঞ্জু।

  • বৰপেটা আসনখন বিৰোধীয়ে এৰি দিব চি পি আই এমক।

  • গুৱাহাটী কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ অথবা আপৰ সভাপতি ডাঃ ভৱেন চৌধুৰী।
    শিলচৰত তৃণমূল কংগ্ৰেছে প্ৰদান কৰিব প্ৰাৰ্থী।

  • যোৰহাটত কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব গৌৰৱ গগৈ।

  • ডিফুত বিৰোধীৰ প্ৰাৰ্থী হ'ব জয়ৰাম ইংলেং।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in