New Update
/asomiyapratidin/media/media_files/2025/01/06/j0mrylgHfnVTyiY82v1B.jpg)
Canadian Prime Minister Justin Trudeau resigns
- কানাডাৰ প্রধানমন্ত্রী জাষ্টিন ট্ৰুড’ৰ পদত্যাগ।
- পদত্যাগৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা প্রধানমন্ত্রী ট্রুড’ৰ।
- দলৰ মুৰব্বী পদৰ পৰাও পদত্যাগ জাষ্টিন ট্ৰুড’ৰ।
- দলীয় সাংসদৰ হেঁচাত পদত্যাগ কৰিবলৈ বাধ্য ট্ৰুড’ৰ।
- নতুন প্ৰধানমন্ত্ৰী নিৰ্বাচিত নোহোৱালৈ দায়িত্বত থাকিব ট্ৰুড’।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us