কাছাৰত বুজন পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ

ৰাজ্যজুৰি অব্যাহত থকা ড্ৰাগছ বিৰোধী অভিযানৰ মাজতে কাছাৰত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ সাফল্য।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-02-15 at 10.00.13 AM

ডিজিটেল সংবাদ শিলচৰঃ ৰাজ্যজুৰি অব্যাহত থকা ড্ৰাগছ বিৰোধী অভিযানৰ মাজতে কাছাৰত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ সাফল্য। আৰক্ষীৰ অভিযানত ১ লাখ ১০ হাজাৰ নিচাজাতীয় য়াবা টেবলেট জব্দ। 

WhatsApp Image 2026-02-15 at 9.58.14 AM

মিজোৰামৰ পৰা অহা এখন ট্ৰাকৰ গোপন চেম্বাৰৰ পৰা জব্দ টেবলেট খিনি। পথৰ কাষত ৰৈ থকা অৱস্থাত ট্ৰাকখনত তালাচী চলাইছিল আৰক্ষীয়ে।আৰক্ষীৰ উমান পাই পলায়ন ট্ৰাক চালকৰ। তিনিখন ভুৱা নম্বৰ প্লেটো জব্দ কৰিছে আৰক্ষীয়ে। জব্দ কৰা টেবলেটৰ মূল্য কেইবা কোটি টকা বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। 

কাছাৰ