/asomiyapratidin/media/media_files/2025/12/30/csdsdssssssssssssssssss-2025-12-30-10-50-36.jpg)
ডিজিটেল সংবাদ, শিলচৰঃ কাছাৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। ধলাই ভাগা বজাৰত চলোৱা অভিযানত হেৰ'ইন ভৰ্তি ১০ টা চাবোনৰ বাকচ জব্দ। বাকচ কেইটাৰ পৰা মুঠ ১১৯.২০ গ্ৰাম হেৰ'ইন জব্দ কৰে আৰক্ষীয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/30/whatsapp-image-2025-12-30-10-47-25.jpeg)
চুবুৰীয়া ৰাজ্য মিজোৰামৰ পৰা কাছাৰৰ দিশে সৰবৰাহৰ সময়ত জব্দ হেৰ'ইন খিনি। হেৰ'ইন সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে এজনক গ্ৰেপ্তাৰ কৰিছে। জব্দ কৰা হেৰ'ইনৰ মূল্য কেইবা লাখ টকা বুলি জানিব পৰা গৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us