New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/07/dangor-khobr-19.jpg)
ডিব্রুগড়ত অনুষ্ঠিত কেবিনেট বৈঠকৰ অন্ত
- ডিব্রুগড়ত অনুষ্ঠিত কেবিনেট বৈঠকৰ অন্ত
- কেবিনেটৰ পাছতে সংবাদ মাধ্যমক সম্বোধন মুখ্যমন্ত্ৰীৰ
- সুৰাৰ বিপণী সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য
- গুৱাহাটীত নিশা ২ বজালৈ খোলা ৰাখিব পাৰিব সুৰাৰ বিপণী
- আন স্থানত নিশা ১২ বজালৈ খোলা ৰাখিব পাৰিব সুৰাৰ বিপণী
- নামৰূপত ইউৰিয়া, এম’নীয়া প্রকল্পৰ বাবে মোডীক ধন্যবাদ
- এই প্রকল্পত ভাৰত চৰকাৰৰ ৬০% অংশীদাৰিত্ব
- ৪০% অংশীদাৰিত্ব থাকিব অসম চৰকাৰৰ
- ভাৰত চৰকাৰৰ চাৰিটা সংস্থাৰ ইয়াত অংশীদাৰিত্ব ল’ব
- মৰাণ জনগোষ্ঠীৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত
- 'অৰুণাচল প্রদেশৰ বিভিন্ন স্থানত মৰাণ জনগোষ্ঠীৰ লোক বাস কৰে'
- 'অৰুণাচল চৰকাৰে তেওঁলোকক স্থায়ী নাগৰিকত্ব প্রদান নকৰে'
- 'এই সমস্যা সমাধান নোহোৱা পৰ্যন্ত অসমৰ PRC দিয়াৰ সিদ্ধান্ত'
- মেডিকেল, অভিযান্ত্রিক মহাবিদ্যালয়তো বিভিন্ন সুবিধা কৰিব লাভ
- ৰাজ্যত থকা সংৰক্ষণ ব্যৱস্থাৰ সুবিধাও লাভ কৰিব অৰুণাচলৰ মৰাণসকলে
- NHMৰ কৰ্মী, নাৰ্ছৰ বাবে বিশেষ সিদ্ধান্ত কেবিনেটত
- ৰাজ্য চৰকাৰৰ নিয়োগৰ সুবিধা লোৱাৰ ক্ষেত্রত বয়সৰ কোনো সীমা নাথাকিব
- স্বাস্থ্য বিভাগৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব NHMৰ কৰ্মচাৰীসকল
- গোৱালপাৰা অসামৰিক হাস্পতাল নতুন নামেৰে নামকৰণ
- শ্বহীদ নিধানুৰ ৰাম ৰাজবংশীৰ নামেৰে নামকৰণৰ সিদ্ধান্ত
- ৩১মাৰ্চৰ পৰা প্রতিটো ৱেলনেচ চেণ্টাৰত একোটাকৈ স্বাস্থ্য শিবিৰ