স্পৰ্শকাতৰ অঞ্চলৰ খিলঞ্জীয়া লোকক দিয়া হ’ব আগ্নেয়াস্ত্রৰ অনুজ্ঞাপত্র

সৰুসজাই স্প’ৰ্টছ কমপ্লেক্সক অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামেৰে নামকৰণ। এচআইআৰডিক জনা যাব গোলাপ বৰবৰাৰ নামেৰে । ৰজা ধৰ্ম নাৰায়ণৰ নামেৰে নামকৰণ হ’ব মঙলদৈৰ জিলা ষ্টেডিয়ামৰ।

author-image
Asomiya Pratidin
New Update
কেবিনেটৰ সিদ্ধান্ত

কেবিনেটৰ সিদ্ধান্ত

  • কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন মুখ্যমন্ত্রীৰ
  • সৰুসজাই স্প’ৰ্টছ কমপ্লেক্সক অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামেৰে নামকৰণ
  • এচআইআৰডিক জনা যাব গোলাপ বৰবৰাৰ নামেৰে 
  • ৰজা ধৰ্ম নাৰায়ণৰ নামেৰে নামকৰণ হ’ব মঙলদৈৰ জিলা ষ্টেডিয়ামৰ
  • কাৰ্বি আংলঙৰ ধাৰাকুছি গাঁৱত হ’ব বিদ্যুৎ‍ উৎ‍পাদন প্রকল্প
  • এই প্রকল্পত উৎ‍পাদন হ’ব ৯০০ মেগাৱট বিদ্যুৎ‍
  • স্পৰ্শকাতৰ অঞ্চলত খিলঞ্জীয়া লোকক দিয়া হ’ব আগ্নেয়াস্ত্রৰ অনুজ্ঞাপত্র
  • সীমান্ত অঞ্চলত থকা লোককো দিয়া হ’ব আগ্নেয়াস্ত্রৰ অনুজ্ঞাপত্র
  • ২৪ ঘণ্টাৰ ভিতৰতে এই নিয়ম কাৰ্যকৰী কৰা হ’ব
কেবিনেট সিদ্ধান্ত কেবিনেট বৈঠক অসম কেবিনেট কেবিনেট