'নৱেম্বৰ-ডিচেম্বৰত অনুষ্ঠিত হ’ব মৰাণ-মটক স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন'

মৰাণ আৰু মটক স্বায়ত্তশাসিত পৰিষদক লৈ কেবিনেটৰ সিদ্ধান্ত। নিৰ্দিষ্ট এলেকাত মৰাণ, মটক লোকসকলেহে ভোটদান কৰিব পাৰিব। ইয়াৰ বাবে সুকীয়াকৈ প্ৰকাশ পাব ভোটাৰৰ তালিকা

author-image
Asomiya Pratidin
New Update
sdsdsd
  • মৰাণ আৰু মটক স্বায়ত্তশাসিত পৰিষদক লৈ কেবিনেটৰ সিদ্ধান্ত
  • নিৰ্দিষ্ট এলেকাত মৰাণ, মটক লোকসকলেহে ভোটদান কৰিব পাৰিব
  • ইয়াৰ বাবে সুকীয়াকৈ প্ৰকাশ পাব ভোটাৰৰ তালিকা
  • এই ভোটাৰ তালিকাত আন লোক অন্তৰ্ভুক্ত নহয়
  • ভোটাৰ তালিকা প্রস্তুত হোৱাৰ পিছতে হ’ব নিৰ্বাচন
  • নৱেম্বৰ-ডিচেম্বৰত হ’ব মৰাণ-মটক স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন
কেবিনেট বৈঠক অসম কেবিনেট কেবিনেট সিদ্ধান্ত