'কা' সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত শুনানি সম্পন্ন!

উচ্চতম ন্যায়ালয়ত নাগৰিকত্ব সংশোধনী আইনৰ শুনানি সম্পন্ন।

author-image
Asomiya Pratidin
New Update
ধূপধৰাত খাদ্যত বিষক্ৰিয়াঃ অৰ্ধ শতাধিক পুৰুষ মহিলা অসুস্থ

dangor khabar

  • উচ্চতম ন্যায়ালয়ত নাগৰিকত্ব সংশোধনী আইনৰ শুনানি সম্পন্ন।

  • মুখ্য ন্যায়ালয়ত উদয় উমেশ ললিতৰে গঠিত ৩জনীয়া বিচাৰপীঠে গ্রহণ কৰে শুনানি।

  • ৪ সপ্তাহৰ ভিতৰত অসম, ত্রিপুৰা চৰকাৰে দাখিল কৰিব নোৱাৰিলে শপতনামা।

  • ইতিমধ্যে কেন্দ্রীয় চৰকাৰে শপতনামা দাখিল কৰিছে সৰ্বোচ্চ ন্যালায়ত।

  • ৬ ডিচেম্বৰত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য।

assam caa tripura supreme court