Advertisment

UPDATES- বঙাইগাঁৱত সৰ্বাধিক ভোটদান, দ্বিতীয় স্থানত চামগুৰি...

ৰাজ্যৰ ৫সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ পুৱা ৭বজাৰে অনুষ্ঠিত হৈ আছে। চামগুৰিত সংঘটিত হোৱা দুই এটা বিক্ষিপ্ত ঘটনাৰ বাহিৰে বাকী ৪সমষ্টিত শান্তিপূৰ্ণভাৱেই অনুষ্ঠিত হৈ আছে ভোটগ্ৰহণ। 

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
চামগুৰি

ডিজিটেল ডেস্কঃ ৰাজ্যৰ ৫সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ পুৱা ৭বজাৰে অনুষ্ঠিত হৈ আছে। চামগুৰিত সংঘটিত হোৱা দুই এটা বিক্ষিপ্ত ঘটনাৰ বাহিৰে বাকী ৪সমষ্টিত শান্তিপূৰ্ণভাৱেই অনুষ্ঠিত হৈ আছে ভোটগ্ৰহণ। 

Advertisment

পুৱা ৯.৩০বজালৈকে ৮৮নং চামগুৰিত ভোটদানৰ হাৰ হৈছে- ১৪.৭০ শতাংশ। ইফালে ৭৭নং বিহালী সমষ্টিত ভোটদানৰ হাৰ হৈছে- ১১ শতাংশ। 

৩১নং চিদলী সমষ্টিত ভোটদানৰ হাৰ হৈছে-১২.৫১ শতাংশ। আনফালে ৩২নং বঙাইগাঁও সমষ্টিত ভোটদানৰ হাৰ- ১৫.৩৪ শতাংশ।

১১নং ধলাই সমষ্টিত পুৱা ৯.৩০বজালৈকে ভোটদানৰ হাৰ হৈছে - ৯.১৫ শতাংশ। 

চামগুৰি