জাগীৰোডত বিধ্বংসী অগ্নিকাণ্ড...

জাগীৰোডত বিধ্বংসী অগ্নিকাণ্ড...
  • জাগীৰোডত বিধ্বংসী অগ্নিকাণ্ড

  • অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত ৯খনকৈ ব্যৱসায়িক প্রতিষ্ঠান

  • অগ্নিকাণ্ডৰ ফলত বিস্ফোৰণ ৩টাকৈ চিলিণ্ডাৰ

  • অগ্নিনিৰ্বাপক বাহিনীৰ ৬খনকৈ বাহনে নিৰ্বাপন কৰে জুই

  • বৰ্তমানলৈ পোহৰলৈ অহা নাই অগ্নিকাণ্ডৰ সূত্রপাতৰ কাৰণ

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in