/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/6705f4cc-b1d2-4427-b106-eece8fdb9f85/BUS_ACCIDENT_16.jpg)
তেজপুৰৰ পৰা ডিমাপুৰ অভিমুখী বাছ দুৰ্ঘটনাগ্ৰস্ত...
ৰাজ্যত সংঘটিত হৈছে পুনৰ এক ভয়ংকৰ পথ দুৰ্ঘটনা।
বোকাখাটত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা।
এখন যাত্ৰীবাহী বাছে খুন্দা মাৰে পথৰ কাষৰ এডাল গছত।
বাছখনত আছিল ৩০ গৰাকী যাত্ৰী।
তেজপুৰৰ পৰা ডিমাপুৰ অভিমুখে গৈছিল বাছখন।
ঘটনাত কেইবাজনো লোক আহত হোৱাৰ খবৰ।
আহতসকলক ছহিদ কমলা মিৰি হাস্পতালত ভৰ্তি।
Also Read: SCERT কেলেংকাৰীৰ সৈতে জড়িত ৬ অভিযুক্তক জামিন প্ৰদান...