ধেমাজিৰ পৰা গুৱাহাটী অভিমুখে অহা যাত্ৰীবাহী বাছৰ ভয়ংকৰ দুৰ্ঘটনা...

ধেমাজিৰ পৰা গুৱাহাটী অভিমুখে অহা যাত্ৰীবাহী বাছৰ ভয়ংকৰ দুৰ্ঘটনা...
ধেমাজিৰ পৰা গুৱাহাটী অভিমুখে অহা যাত্ৰীবাহী বাছৰ ভয়ংকৰ দুৰ্ঘটনা...

ডিজিটেল ডেস্কঃ এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে নাৰায়ণপুৰত। এখন যাত্ৰীবাহী বাছ নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিল পথৰ দাঁতিত ।

জানিব পৰা মতে দুৰ্ঘটনাত পতিত হোৱা বছখনৰ ধেমাজিৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল। পুৱা ঘন কুঁৱলীৰ বাবেই এই বাছখন ভোগপুৰ উৰণীয়া সেতুৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাত এজন যাত্ৰী থিতাতে নিহত হৈছে। নিহত হোৱা লোকজন ধেমাজিৰ সিদ্ধাৰ্থ বৰগোহাঁই। আনহাতে গুৰুতৰ ভাৱে আহত হৈছে আন এজন যুৱক। আহত যুৱকজনৰ নামপুলকেশ গগৈ।

ক্লিক কৰি পঢ়কঃ চীনা আগ্ৰাসনৰ মাজতে আজি অৰুণাচলত প্ৰতিৰক্ষামন্ত্ৰীঃ মুকলি কৰিব ৭২৪.৩ কোটি টকাৰ প্ৰকল্প...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in