New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/dangor-khobr-1.jpg)
ডুমনিচকীত দ' খাৱৈত পৰিল যাত্ৰীবাহী বাছ।
দুৰ্ঘটনাগ্ৰস্থ বাছখন তেজপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল।
কেইবাজনো যাত্ৰী আহত।
নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত পৰে বাছখন।
গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত তিনিগৰাকী যাত্ৰীক জি এম চি এইচলৈ প্ৰেৰণ।
বাছখনে ৩০গৰাকী যাত্ৰী কঢ়িয়াই আনিছিল।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us