বাৰ্মিজ চুপাৰিসহ আটক সৰবৰাহকাৰী

বাৰ্মিজ চুপাৰিসহ আটক সৰবৰাহকাৰী
  • কাছাৰ আৰক্ষীৰ বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে অভিযান

  • লক্ষীপুৰৰ ফুলেৰতল ফেৰী ঘাটৰ পৰা জব্দ ৮৪ বস্তা বাৰ্মিজ চুপাৰি

  • লক্ষীপুৰ আৰক্ষীয়ে আটক কৰে দুজন লোকক

  • ধৃত সৰবৰাহকাৰীদ্বয় মণিপুৰৰ ৰামছিম মাওই মাৰ, লালথুয়ক সুয়ক

  • আদালতে দুদিনৰ আৰক্ষীৰ জিম্মাত দিয়ে দুই সৰবৰাহকাৰীক।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in