/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/172ed179-b7a0-4b07-9a72-c19432420ac6/download.jpg)
কাছাৰ আৰক্ষীৰ বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে অভিযান
লক্ষীপুৰৰ ফুলেৰতল ফেৰী ঘাটৰ পৰা জব্দ ৮৪ বস্তা বাৰ্মিজ চুপাৰি
লক্ষীপুৰ আৰক্ষীয়ে আটক কৰে দুজন লোকক
ধৃত সৰবৰাহকাৰীদ্বয় মণিপুৰৰ ৰামছিম মাওই মাৰ, লালথুয়ক সুয়ক
আদালতে দুদিনৰ আৰক্ষীৰ জিম্মাত দিয়ে দুই সৰবৰাহকাৰীক।
আৰু পঢ়কঃ উৰুকা উপলক্ষে কন্যকা কৃষি পামৰ পদক্ষেপ, সুলভ মূল্যত চিতল ,ভকুৱা, ৰৌ , বাহু মাছ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us