New Update
/asomiyapratidin/media/media_files/2025/04/29/JUfz7E1xLP2ylblNbR2M.jpg)
- লংকাৰ ১নং কাকীৰ চাৰিআলিৰ সমীপত চুৰিকাণ্ডৰ ঘটনা ।
- ঘৰত কোনো নথকা অৱস্থাত সংঘটিত হয় এই চুৰিকাণ্ডৰ ঘটনা ৷
- চুবুৰীয়াৰ ঘৰত থকা বিয়াৰ সুযোগ লৈ চুৰে সংঘটিত কৰিলে চুৰিকাণ্ড।
- ঘৰখনৰ গৰাকী নীলমনি চুমুৱা চাৰিআলিৰ নিজ বিপনী আৰু পৰিয়ালৰ লোক কাষৰেই বিয়াঘৰত থাকোতেই সংঘটিত হয় এই চুৰিকাণ্ড।
- কৌশলগতভাৱে ফুটগধুলিতে ঘৰত চোৰ সোমাই থকাৰ সন্দেহ।
- চোৰে নগদ ৬০ হাজাৰ টকাৰ লগতে সোণৰ বয়-বস্তু গহণা আদি কৰি সৰ্বমুঠ ৪ লাখ টকাৰ সা-সম্পত্তি লৈ উধাও হয়।
- ইতিমধ্যে ঘটনাস্থলীত কাকী আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।