New Update
/asomiyapratidin/media/media_files/2025/12/17/478-2025-12-17-19-09-41.jpg)
নগাঁৱৰ প্ৰাক্তনমন্ত্ৰী তথা সাংসদ বিষ্ণু প্ৰসাদৰ বাসগৃহত চুৰিকাণ্ড।
নগাঁও জে'ল ৰোড কলংপাৰ মহিবৰা পথস্থিত প্ৰাক্তনমন্ত্ৰীগৰাকীৰ বাসগৃহৰ পৰা চোৰে লুটি লৈ গ'ল বৃহৎ পৰিমাণৰ মূল্যবান সামগ্ৰী।
ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে লুটি নিলে সা-সামগ্ৰীসমূহ।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us