New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/ad.png)
- CAA বিৰোধী আন্দোলনৰ অভিকেন্দ্র শ্বাহিনবাগত উচ্ছেদ অভিযান।
- সন্দেহযুক্ত নাগৰিক, বেদখলকাৰীৰ বিৰুদ্ধে এই উচ্ছেদ অভিযান।
- দক্ষিণ দিল্লীৰ পৌৰ নিগম কৰ্তৃপক্ষই চলাইছে উচ্ছেদ অভিযান।
- উচ্ছেদ অভিযানৰ বিৰোধিতা কৰি স্থানীয় বাসিন্দাৰ প্রতিবাদ।
- প্রতিবাদকাৰীৰ সমৰ্থন কংগ্রেছ আৰু আম আদমি পাৰ্টিৰ।
- দক্ষিণ দিল্লীৰ পৌৰ নিগম আছে বিজেপিৰ দখলত।
- উচ্ছেদ অভিযান বন্ধ নহয় বুলি ঘোষণা পৌৰ নিগম কৰ্তৃপক্ষৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us