বাজেট অধিৱেশনঃ ১০ মিনিটৰ বাবে সদন স্থগিত

আজি অনুষ্ঠিত হোৱা বাজেট অধিৱেশনৰ দ্বিতীয় দিনত বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্রতিবেদনক লৈ সভা স্থগিতৰ ৰখাৰ প্রস্তাৱ দিয়ে শাসকীয় পক্ষই। বিৰোধীয়েও আনিছে সভা স্থগিতৰ প্রস্তাৱ

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
fdb
  • বিধানসভাত নজিৰবিহীন ঘটনা
  • শাসকীয় পক্ষই আনিলে সভা স্থগিতৰ প্রস্তাৱ
  • বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্রতিবেদনক লৈ আনিলে সভা স্থগিতৰ প্রস্তাৱ
  • বিৰোধীয়েও আনিছে সভা স্থগিতৰ প্রস্তাৱ
  • অধ্যক্ষই অগ্রাহ্য কৰে চাৰিওটা প্রস্তাৱ
  • ১০ মিনিটৰ বাবে সদন স্থগিত
অসম বাজেট