ভৃগু ফুকনৰ কন্যা উপাসাৰ ৰহস্যজনক মৃত্যু...

ভৃগু ফুকনৰ কন্যা উপাসা ফুকনৰ মৃত্যু। খাৰঘূলি থকা বাসগৃহৰ ছাঁদৰ পৰা পৰি মৃত্যু উপাসাৰ।  ঘৰৰ দ্বিতীয় মহলাৰ ছাঁদৰ পৰা পিছলি পৰে উপাসা ফুকন।  সেই সময়ত ঘৰত আছিল মাতৃ ইন্দিৰা ফুকন।

author-image
Asomiya Pratidin
New Update
hhjhj

hhjhj Photograph: (hhjhj)

  • ভৃগু ফুকনৰ কন্যা উপাসা ফুকনৰ মৃত্যু।
  • খাৰঘূলি থকা বাসগৃহৰ ছাঁদৰ পৰা পৰি মৃত্যু উপাসাৰ। 
  • ঘৰৰ দ্বিতীয় মহলাৰ ছাঁদৰ পৰা পিছলি পৰে উপাসা ফুকন। 
  • দেওবাৰে পুৱা ৭.৫৫বজাত সংঘটিত হয় এই ঘটনা। 
  • সেই সময়ত ঘৰত আছিল মাতৃ ইন্দিৰা ফুকন।
  • ঘটনাস্থলীত গৈ উপস্থিত হৈছেগৈ আৰক্ষীৰ দল।
  • আৰক্ষীয়ে তদন্ত কৰিছে সমগ্ৰ ঘটনাৰ।
  • প্ৰাক্তন গৃহমন্ত্ৰী ভৃগু ফুকনৰ পত্নী-কন্যা দীৰ্ঘদিন ধৰি বাস কৰি আহিছিল খাৰঘূলিৰ বাসগৃহত। 
গুৱাহাটী