/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/49bdf5a8-a292-47c0-852f-54c8c7c14a1a/MEGHALAYA_3.jpg)
MEGHALAYA
মেঘালয়ৰ ৰাজ্যপাল হিচাপে দায়িত্ব প্ৰদান কৰা হৈছে অৱসৰপ্ৰাপ্ত বিগ্ৰেডিয়াৰ বি ডি মিশ্ৰক।
অৱসৰপ্ৰাপ্ত বিগ্ৰেডিয়াৰ বি ডি মিশ্ৰক অৰুণাচলৰ ৰাজ্যপাল।
তেওঁক অতিৰিক্ত ভাৱে মেঘালয়ৰ ৰাজ্যপাল হিচাপে দায়িত্ব প্ৰদান কৰা হৈছে।
মেঘালয়ৰ ৰাজ্যপাল সত্যপালমালিকৰ কাৰ্যকাল সমাপ্ত হৈছে আজি।
মঙ্গলবাৰে অৱসৰপ্রাপ্ত ব্রিগেডিয়াৰ বি ডি মিশ্রই শপত গ্ৰহণ কৰিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us