New Update
/asomiyapratidin/media/media_files/2024/11/13/hDl1cJzISLXuz3AdVonz.jpg)
- চামগুৰিৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত অঘটন।
 - ভোটদান কৰিবলৈ আহি আহত এগৰাকী গৰ্ভৱতী মহিলা।
 - বাজিয়াগাঁৱৰ ৫৩নং ভোটকেন্দ্ৰত এই অঘটন।
 - সংকটজনক অৱস্থাত মহিলাগৰাকী নগাওঁ মেডিকেল কলেজলৈ প্ৰেৰণ।
 - উল্লেখ্য যে, চামগুৰি সমষ্টিত ১,৮০,৪৪৮ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ১১ প্ৰাৰ্থীৰ ভাগ্য।
 চামগুৰি সমষ্টিত অৱতীৰ্ণ হৈছে ১১ গৰাকী প্ৰাৰ্থী:
- বিজেপিৰ প্ৰাৰ্থী দিপ্লু ৰঞ্জন শৰ্মা (NDA)
 - কংগ্ৰেছৰ প্ৰাৰ্থী তানজিল হুছেইন
 - আম আদমি পাৰ্টীৰ প্ৰাৰ্থী নুৰুল আমিন চৌধুৰী
 - এছ ইউ চি আইৰ প্ৰাৰ্থী আব্দুছ চবুৰ মিঞা
 - ভাৰতীয় গণ পৰিষদৰ প্ৰাৰ্থী বীৰেন বসাক
 - ৰাষ্ট্ৰীয় উলেমা কাউন্সিলৰ প্ৰাৰ্থী ৰবুল হক
 - নিৰ্দলীয় প্ৰাৰ্থী ফাতেমা খাতুন
 - নিৰ্দলীয় প্ৰাৰ্থী শশী তাতী
 - নিৰ্দলীয় প্ৰাৰ্থী জেহিৰুল ইছলাম
 - নিৰ্দলীয় প্ৰাৰ্থী মুচাব্বিৰ আলি আহমেদ
 - নিৰ্দলীয় প্ৰাৰ্থী আব্দুল মাজিদ
 
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us