/asomiyapratidin/media/media_files/2025/12/31/1-2025-12-31-11-01-16.jpg)
ডিজিটেল ডেস্কঃ আজি বছৰৰ শেষৰটো দিন। এই শেষটো দিনত নগাঁৱৰ পুৰণিগুদামৰ গড়মূৰত ভয়ংকৰ পথ দুৰ্ঘটনা। AS12 AH 9227 নম্বৰৰ মেজিক আৰু AS01AZ 0225 নম্বৰৰ আন এখন বাহনৰ মাজত মুখামুখী সংঘৰ্ষ। ইপিনে ঘটনাত দুজন লোক গুৰুত্বৰ ভাৱে আহত হয়।
/asomiyapratidin/media/post_attachments/b0ec1d69-b53.png)
উল্লেখ্য যে,সংকটজনক অৱস্থাত লোককেইজনক নগাঁও মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। ইপিনে এই ঘটনাত শিশু সহ ১১ জন লোক আহত হয়। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ ফলত উজনি নামনিৰ যাতায়ত ব্যাহত হৈ পৰে।
/asomiyapratidin/media/post_attachments/9576fae8-613.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us