New Update
/asomiyapratidin/media/media_files/2025/08/08/kjjd-2025-08-08-11-58-05.jpg)
- কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পূব অসম বন্যপ্ৰাণী সংমণ্ডলত কৰ্মৰত এগৰাকী যুৱতী বনকৰ্মীৰ অস্বাভাৱিক মৃত্যু।
- প্ৰাথমিক তদন্তত আত্মহত্যাৰ সন্দেহ বন বিভাগৰ।
- বোকাখাত আৰক্ষীয়েও আৰম্ভ কৰিছে তদন্ত।
- বোকাখাতৰ DFO অফিচৰ আবাসিক এলেকাত নিজৰ কোৱাৰ্টাৰত উদ্ধাৰ যুৱতী গৰাকীৰ মৃতদেহ।
- মৃত যুৱতীগৰাকীৰ ঘৰ গোলাঘাটৰ আঠখেলীয়াত।
- কজিৰঙাৰ DFO অৰুণ বিগনেছে সদৰি কৰিছে এই ঘটনা।