২২ জনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা হাগ্ৰামা মহিলাৰীৰ

আগন্তুক বিটিচি নিৰ্বাচনৰ বাবে ২২ গৰাকী প্ৰাৰ্থীক চূড়ান্ত কৰিছে বিপিএফ দলে। প্ৰথম পৰ্যায়ত ৪০ টা সমষ্টিৰ ভিতৰত  ২২ জনীয়া তালিকা ঘোষণা বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ।

author-image
Asomiya Pratidin
New Update
new ap web  1

২২ জনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা হাগ্ৰামা মহিলাৰীৰ

ডিজিটেল ডেস্কঃ আগন্তুক বিটিচি নিৰ্বাচনৰ বাবে ২২ গৰাকী প্ৰাৰ্থীক চূড়ান্ত কৰিছে বিপিএফ দলে। প্ৰথম পৰ্যায়ত ৪০ টা সমষ্টিৰ ভিতৰত  ২২ জনীয়া তালিকা ঘোষণা বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ।

সেই তালিকা অনুসৰি প্ৰাৰ্থীত্ব লাভ কৰিছে -

Advertisment

১)পৰ্বতঝোৰা - মুন মুন ব্ৰহ্ম
২) গুমা - অন্তাজ আলী
৩) শ্ৰীৰামপুৰ - মুক্লেশ্বৰ আহমেদ
৪) চৰাইবিল - মৃত্যুঞ্জয় নাৰ্জাৰী
৫) যমদুৱাৰ - উইলিয়াম নাৰ্জাৰী
৬) দেবৰগাঁও - হাগ্ৰামা মহিলাৰী
৭) দোতমা - প্ৰকাশ বসুমতাৰী
৮) কচুগাঁও - ৰবিৰাম নাৰ্জাৰী
৯) বাওখুংগ্ৰী - ধনেশ্বৰ গয়াৰী 
১০) ছালাকাটি - দেৰহাছাৎ বসুমতাৰী
১১) নিচিমা - জেমছ বসুমতাৰী
১২) কাজলগাঁও - পানীৰাম ব্ৰহ্ম
১৩) ১৩ নং চিৰাং - সুকুৰসিং মুছাহাৰী
১৪) সুবাইঝাৰ - ধীৰাজ বৰগয়াৰী
১৫) মথনগুৰী - বেগম আখতাৰা আহমেদ
১৬) দিহিৰা - অগাষ্টুছ টিগ্গা
১৭) দৰঙ্গাজুলী - ইমানুৱেল মুছাহাৰী
১৮) গোৰেশ্বৰ - মহেশ্বৰ বসুমতাৰী
১৯) সুক্লাই চেৰফাং - গণেশ কছাৰী
২০) খৈৰাবাৰী - লৌমশ্ৰাও দৈমাৰী
২১) ধনশ্ৰী - ফ্ৰেছ মুছাহাৰী
২২) ভৈৰৱকুণ্ড - ৰিহন দৈমাৰী

হাগ্ৰামা মহিলাৰী বিপিএফ