/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/62510e4c-cb90-457a-bb7d-b12a8928a26f/agrani.jpg)
agrani khabar
- অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। 
- এইবাৰ কাৰ্বি আংলং আৰক্ষীৰ জালত পৰিল ড্ৰাগছ সৰবৰাহী। 
- কাৰ্বি আংলঙৰ বৰপথাৰ আৰক্ষীৰ অভিযানত ড্ৰাগছ জব্দ। 
- ডিমাপুৰৰ পৰা মোককচঙ অভিমুখী নৈশ বাছৰ পৰা জব্দ ড্ৰাগছ। 
- আৰক্ষীৰ অভিযানত কাপোৰৰ মাজত এটা ২৯ টা চাধা টেমাত ভৰাই অনা অৱস্থাত ড্ৰাগছখিনি। 
- জব্দহোৱা ড্ৰাগছখিনিৰ আনুমানিক মূল্য প্ৰায় ২ লাখ টকা। 
- আৰক্ষীে ড্ৰাগছ সৰবৰাহৰ অভিযোগত আটক কৰিছে দুজনক। 
- এক গোপন পুত্ৰ পম খেদি বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাস আৰু বৰপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিপেন বৰুৱাৰ নেতৃত্বত চলাইছিল এই অভিযান। 
- আৰক্ষীয়ে আটক কৰা লোক দুজন ক্ৰমে বাছখনৰ হেণ্ডিমেন তেমজিন লংকমবাৰ আৰু চালক গোছি জামিৰ। 
- ড্ৰাগছ উদ্ধাৰ হোৱা বাছখনৰ নম্বৰ এন এল ০২ বি ২৯৭৯। 
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t122321273z-ap-new-2025-10-29-17-53-21.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us